KASH

KASH KASH ( Khati Asomiya Styling House) provides the best quality Assamese attires with graceful designs.

01/01/2026
12/12/2025

This exquisite pothali mekhela features a beautiful butterfly print design on ghisa muga.
10/12/2025

This exquisite pothali mekhela features a beautiful butterfly print design on ghisa muga.

Successfully delivered for an upcoming assamese movie....
09/11/2025

Successfully delivered for an upcoming assamese movie....

আমাৰ সকলো কৰ্মচাৰী, বন্ধু-বান্ধৱ, পৰিয়ালৰ সদস্য আৰু শুভাকাঙ্ক্ষীক ধন্যবাদ জনাইছো যি আমাক সহায় কৰিছিল পাঁচ বছৰ সফলতাৰে ...
05/10/2025

আমাৰ সকলো কৰ্মচাৰী, বন্ধু-বান্ধৱ, পৰিয়ালৰ সদস্য আৰু শুভাকাঙ্ক্ষীক ধন্যবাদ জনাইছো যি আমাক সহায় কৰিছিল পাঁচ বছৰ সফলতাৰে সম্পূৰ্ণ কৰিবলৈ। আগন্তুক দিনত অধিক সফলতা অর্জন কৰিবলৈ আমি কষ্ট কৰিম আৰু অধিক মানুহক নিযুক্তিৰ সুযোগ সৃষ্টি কৰিম। এইদৰে আমি আমাৰ সমাজৰ উন্নয়নত অৱদান আগবঢ়াম।

With immense gratitude we thank all our employees, friends, family members and well wishers for helping us to grow and c...
05/10/2025

With immense gratitude we thank all our employees, friends, family members and well wishers for helping us to grow and complete five years successfully. More years to come. We will definitely work more hard to achieve more success on coming days and also will generate more employement for local youths. And with this we will contribute to the development of our society.

07/08/2025

।। সকলোলৈকে ৰাষ্ট্ৰীয় হস্ত্ৰতাঁত দিৱসৰ শুভেচ্ছা জনালোঁ।।

23/06/2025

Phachit from kash wardrobe...

২০২০ চনৰ ৫ অক্টোবৰত প্ৰতিষ্ঠা হোৱা "KASH" (খাঁটি অসমীয়া ষ্টাইলিং হাউচ) হৈছে অসমৰ গৌৰৱ মূগা আৰু টচ্ছৰ কাপোৰ নিৰ্মাণৰ এক ব...
09/06/2025

২০২০ চনৰ ৫ অক্টোবৰত প্ৰতিষ্ঠা হোৱা "KASH" (খাঁটি অসমীয়া ষ্টাইলিং হাউচ) হৈছে অসমৰ গৌৰৱ মূগা আৰু টচ্ছৰ কাপোৰ নিৰ্মাণৰ এক বিশ্বাসযোগ্য আৰু সৃজনশীল উদ্যোগ। কিছুসময় ধৰি এই প্ৰতিষ্ঠানখন সামান্য ভাৱে স্তব্ধ হৈ পৰাৰ উপৰি বন্ধ হোৱাৰ উপক্ৰমো হৈছিল। কিন্তু থলুৱা শিপিনীক সংস্থাপন আগবঢ়াই আগুৱাই যাবলৈ সংকল্প গ্ৰহণ কৰি "KASH" পুনৰ মূৰ দাঙি উঠিবলৈ সক্ষম হৈ উঠিছে।

২০২৫ চনৰ মাৰ্চ মাহৰ পৰা নানান বাধা-বিঘিনি অতিক্ৰম কৰি KASH নতুন উৎসাহেৰে আগবাঢ়ি আহিছে। আমি তৈয়াৰ কৰা খাঁটি মূগা আৰু টচ্ছৰ কাপোৰে ইতিমধ্যে ৰাইজৰ প্ৰশংসা আৰু সমাদৰ লাভ কৰিছে। এই উদ্যোগৰ জৰিয়তে আপোনালোকক উন্নতমানৰ কাপোৰ যোগান ধৰিবলৈ সক্ষম হোৱাৰ বাবে আমি গৌৰৱান্বিত।

নতুন ৰূপত আত্মপ্ৰকাশ কৰা KASH-ত এইবাৰ পাটৰ কাপোৰো অন্তৰ্ভুক্ত কৰা হৈছে। বিয়াৰ জোৰোণৰ সাজৰ উপৰিও আন যিকোনো ধৰণৰ পাটৰ কাপোৰ প্ৰয়োজন অনুসৰি তৈয়াৰ কৰি দিয়া হ'ব। লগতে, "মূগাজুৰি" নামৰ এক অনলাইন পেজ মুকলি কৰা হৈছে, যাৰ জৰিয়তে আন্ত : ৰাজ্যিক গ্ৰাহকেও কাপোৰ চাব আৰু অর্ডাৰ কৰিব পাৰিব।

মূগাজুৰি-ৰ ইনষ্টাগ্ৰাম আৰু ফেচবুক লিংক সংলগ্ন কৰা হৈছে।
https://www.instagram.com/muga_juri_?igsh=M2tzeXk4MmtrMXFk

https://www.facebook.com/share/12LqK5EBBqq/
অনুৰোধ—Like আৰু Share কৰি আগবাঢ়ি যোৱাত সহায় কৰক।

🌍💚 Putting an End to Plastic Pollution 💚🌍It's time to take a stand — not tomorrow, not someday, but NOW.Plastic pollutio...
05/06/2025

🌍💚 Putting an End to Plastic Pollution 💚🌍

It's time to take a stand — not tomorrow, not someday, but NOW.

Plastic pollution is choking our oceans, harming wildlife, and threatening our future. Every plastic bottle, straw, and wrapper that we carelessly throw away takes hundreds of years to decompose.

But change starts with us. Here's how we can all help:
✅ Say NO to single-use plastics
✅ Carry reusable bags, bottles & cutlery
✅ Support businesses that promote sustainable packaging
✅ Recycle responsibly
✅ Spread awareness in your community

Let’s make our planet cleaner, greener, and healthier — for ourselves and future generations. 🌱🌊

Address

Namrup
786623

Website

Alerts

Be the first to know and let us send you an email when KASH posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share