Kanti Kiran

Kanti Kiran One-stop destination for genuine and authentic handloom products:
- Authentic Assamese silk
- Tribal handloom. DM for orders.

শ্ৰদ্ধাৰ্ঘ প্ৰতিজন স্বাভিমানী অসমীয়াৰ হৃদয়ত আপোনাৰ সৃজনীশিলতা আৰু সৃষ্টিৰাজী যুগ যুগান্তৰলৈ অমৰ হৈ ৰঁওক ৷
22/09/2025

শ্ৰদ্ধাৰ্ঘ

প্ৰতিজন স্বাভিমানী অসমীয়াৰ হৃদয়ত আপোনাৰ সৃজনীশিলতা আৰু সৃষ্টিৰাজী যুগ যুগান্তৰলৈ অমৰ হৈ ৰঁওক ৷

হাতে বোৱা টছ/ টছ - মেখেলা চাদৰ🥻ব্লাউজ পিচ আৰু পাৰিৰ সৈতে❌COD Not Available❌No Return📦Free Shipping within AssamDM or Wha...
13/09/2025

হাতে বোৱা টছ/ টছ - মেখেলা চাদৰ
🥻ব্লাউজ পিচ আৰু পাৰিৰ সৈতে

❌COD Not Available
❌No Return
📦Free Shipping within Assam

DM or WhatsApp for order
☎ 7099653039

📍kecheruguri Vill No-2, Saphekhati-Pithaguti Road, Rajgarh, NH 52(B), Dibrugarh, Assam

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ জন্ম-শতবার্ষিকী উপলক্ষে কান্তি কিৰণ হস্তঁতাত বস্ত্ৰ শিল্প উদ্যোগৰ শিপিনী সকলে আ...
08/09/2025

বিশ্ববন্দিত শিল্পী ড° ভূপেন হাজৰিকা দেৱৰ জন্ম-শতবার্ষিকী উপলক্ষে কান্তি কিৰণ হস্তঁতাত বস্ত্ৰ শিল্প উদ্যোগৰ শিপিনী সকলে আজি তাঁতশালতে শিল্পী গৰাকীৰ চিত্ৰত বন্তি প্ৰজ্বলন তথা মাল্যাৰ্পণ কৰে ।

শিপিনী সকলে ড° ভূপেন হাজৰিকা দেৱৰ কেইবাটাও কালজয়ী গীত আওৰাই শিল্পী গৰাকীক স্মৰণ কৰে ।

মোৰ গীতৰ হেজাৰ শ্ৰোতা! তোমাক নমস্কাৰ! গীতৰ সভাত তুমিয়েতো প্রধান অলঙ্কাৰ ।।"সুধাকণ্ঠ”ৰ ১০০তম জন্মদিনৰ শুভক্ষণত তেখেতলৈ সশ...
08/09/2025

মোৰ গীতৰ হেজাৰ শ্ৰোতা! তোমাক নমস্কাৰ! গীতৰ সভাত তুমিয়েতো প্রধান অলঙ্কাৰ ।।

"সুধাকণ্ঠ”ৰ ১০০তম জন্মদিনৰ শুভক্ষণত তেখেতলৈ সশ্রদ্ধ প্রণাম জনালোঁ।

Kanti Kiran
Kamal Borah
Rimjhim Baruah Borah

Growth from Grassroots নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দিহিংচাং বহুমুখী প্ৰকল্পত আয়োজিত হস্তঁতাত প্ৰশিক্ষণ  কাৰ্যসূচীৰ...
07/09/2025

Growth from Grassroots নামৰ স্বেচ্ছাসেৱী সংগঠনৰ উদ্যোগত দিহিংচাং বহুমুখী প্ৰকল্পত আয়োজিত হস্তঁতাত প্ৰশিক্ষণ কাৰ্যসূচীৰ অন্তত, প্ৰশিক্ষাৰ্থী সকলে আমাৰ কান্তি কিৰণ হস্তঁতাত বস্ত্ৰ শিল্প উদ্যোগ পৰিদৰ্শন কৰে ।

আমি আশা কৰিছোঁ, প্ৰশিক্ষাৰ্থী সকলে আমাৰ শিপিনী সকলৰ লগত মত বিনিময় কৰি যথেষ্ট উপকৃত হৈছে ।

Growth from Grassroots
Rimjhim Baruah Borah

15/08/2025

সমগ্র ভাৰতবৰ্ষৰ সকলো জাতি, ধৰ্ম বৰ্ণ নিৰ্বিশেষে প্রতিগৰাকী ব্যক্তিক ৭৯ সংখ্যাক স্বাধীনতা দিৱসৰ শুভেচ্ছা জনালোঁ।

07/08/2025

আমাৰ সংস্কৃতি তথা ঐতিহ্যক ধৰি ৰখা সেই শিল্পী সকলক প্ৰণাম - ৰাষ্ট্ৰীয় হস্ততাঁত দিৱস

লগন উকলি গ’ল,তেও যে নহ’ল কোৱা... সৈনিক শিল্পী, বিপ্লৱী সত্তা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধা...
20/06/2025

লগন উকলি গ’ল,
তেও যে নহ’ল কোৱা...

সৈনিক শিল্পী, বিপ্লৱী সত্তা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

লগন উকলি গ’ল,তেও যে নহ’ল কোৱা...সৈনিক শিল্পী, বিপ্লৱী সত্তা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰ...
20/06/2025

লগন উকলি গ’ল,
তেও যে নহ’ল কোৱা...

সৈনিক শিল্পী, বিপ্লৱী সত্তা, কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাদেৱক মৃত্যুবাৰ্ষিকীত গভীৰ শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ।

19/06/2025

আমাৰ কান্তি কিৰণ বস্ত উদ্যোগলৈ অহা প্ৰতিটো অর্ডাৰ আমাৰ শিপিনী সকলৰ বাবে সদাই এক নতুন অনুপ্ৰেৰণাৰ উৎস।

দক্ষতা তথা যতনেৰে তৈয়াৰ কৰা উৎকৃষ্ট বস্ত্ৰ যোগান ধৰাটো আমাৰ এক দায়িত্ব ।

কান্তি কিৰণ বস্ত্ৰ উদ্যোগক এই সুযোগ দিয়াৰ বাবে ধন্যবাদ ।

গামোচা তথা অন্য যিকোনো বিশেষ কাষ্টমাইজড অৰ্ডাৰৰ বাবে আজিয়েই যোগাযোগ কৰক ।

📍 ২ নং কেচেৰুগুৰি, সাপেখাটি-পিঠাগুটি পথ, ৰাষ্ট্ৰীয় ঘাইপথ- ৫২(বি), ৰাজগড়, ডিব্ৰুগড়, অসম
☎️ ৭০৯৯৬ ৫৩০৩৯

আজি “পদ্মশ্ৰী” তথা “অসম গৌৰৱ” বঁটাৰে বিভূষিত হেমপ্ৰভা চুতীয়া বাইদেউয়ে আমাৰ “কান্তি কিৰণ হস্ত তাঁত বস্ত্ৰ উদ্যোগ” পৰিদৰ্...
17/06/2025

আজি “পদ্মশ্ৰী” তথা “অসম গৌৰৱ” বঁটাৰে বিভূষিত হেমপ্ৰভা চুতীয়া বাইদেউয়ে আমাৰ “কান্তি কিৰণ হস্ত তাঁত বস্ত্ৰ উদ্যোগ” পৰিদৰ্শন কৰি আমাৰ শিপিনী সকলক দিহা-পৰামৰ্শ প্ৰদান কৰে।

তেখেতৰ সান্নিধ্য আৰু অনুপ্ৰেৰণাৰ বাবে আমি তেখেতক আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।

@মৰাণৰ শিপিনী হেমপ্ৰভা

Address

Kecheruguri Vill No-2, Sapekhati/Pithaguti Road, NH 52(B)
Rajgarh
786611

Opening Hours

Monday 9am - 7pm
Tuesday 9am - 7pm
Wednesday 9am - 7pm
Thursday 9am - 7pm
Friday 9am - 7pm
Saturday 9am - 7pm
Sunday 9am - 7pm

Website

Alerts

Be the first to know and let us send you an email when Kanti Kiran posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share