R Collection

R Collection All type of mekhela chador available
Handloom collection
Dibrugarh(Lahoal)
Pin-786010 ☎️ 8135919246
(1)

তাতশালতে বোৱা পিয়’ৰ হোৱাইট তচত একেবাৰে ইউনিক ডিজাইন। 🤍💙ভাল লাগিলে নিশ্চিন্তে ল’ব পাৰে। অফাৰ প্ৰাইজতে উপলব্ধ। ✨যোগাযোগ ক...
17/05/2026

তাতশালতে বোৱা পিয়’ৰ হোৱাইট তচত একেবাৰে ইউনিক ডিজাইন। 🤍💙
ভাল লাগিলে নিশ্চিন্তে ল’ব পাৰে। অফাৰ প্ৰাইজতে উপলব্ধ। ✨

যোগাযোগ কৰকঃ 8135919246 📞

17/05/2026

Pure toss gamusa

17/05/2026

Pre toss mekhela

Pure toss rha
16/05/2026

Pure toss rha

16/05/2026

Mix toss ৰ ধুনীয়া চাৰিজোৰ মেখেলা চাদৰ দেখাইছোঁ। আজিৰ অফাৰ প্ৰাইজত
ভাল লাগিলে স্ক্ৰীনত দিয়া নম্বৰটোত যোগাযোগ কৰিব।

এইযোৰ Mekhela Chador pure tasarত dhulai paatৰ designৰে সম্পূৰ্ণ তাঁতশালতে বোৱা হৈছে 😊Traditional old designটোকে আমি নতুন...
16/05/2026

এইযোৰ Mekhela Chador pure tasarত dhulai paatৰ designৰে সম্পূৰ্ণ তাঁতশালতে বোৱা হৈছে 😊
Traditional old designটোকে আমি নতুনত্ব দি একেবাৰে elegant lookত বনাবলৈ চেষ্টা কৰিছোঁ। Mekhela Chadorযোৰ বহুত ধুনীয়া আৰু classy হয়।

যদি আপোনালোকৰ ভাল লাগে তেন্তে নিশ্চিন্তে ল’ব পাৰিব। Customerৰ পছন্দ অনুযায়ী খুব ধুনীয়াকৈ সাজাই দিয়া হয় ❤️

Contact Number 📞 8135919246
Thank You 🙏

স্ত’নৰ কাম কৰা পিংক কালাৰৰ handmade Semipat ৰ মেখেলা চাদৰযোৰে মোক কেনেকুৱা লাগিছে জনাবচোন 😊বহুত ধুনীয়া আৰু এলিগেণ্ট এটা...
16/05/2026

স্ত’নৰ কাম কৰা পিংক কালাৰৰ handmade Semipat ৰ মেখেলা চাদৰযোৰে মোক কেনেকুৱা লাগিছে জনাবচোন 😊
বহুত ধুনীয়া আৰু এলিগেণ্ট এটা লুক আহিছে।
যদি আপোনালোকৰো এনেকুৱা ধৰণৰ মেখেলা চাদৰৰ প্ৰয়োজন হয় আৰু ভাল লাগিছে, তেন্তে নিশ্চিন্তে আমাক অৰ্ডাৰ কৰিব পাৰে। আপোনালোকৰ পছন্দ অনুসৰি বনাই দিয়া হ’ব।
ধন্যবাদ 🙏

16/05/2026

Piy’ Tussar Single mekhela ✨
Booking Number: 8135919246

বহুত ধুনীয়া আৰু elegant
লাগিলে এতিয়াই booking কৰিব পাৰে। 💖

Pure toss single Mekhela
15/05/2026

Pure toss single Mekhela

15/05/2026

Pure toss single mekhela

15/05/2026

তাঁতশালত বোৱা পিউৰ টচৰ চিংগুল মেখেলা 🌸
অতি ধুনীয়া ডিজাইন আৰু উন্নত মানৰ কাপোৰেৰে বনোৱা এই মেখেলাখন যিকোনো অনুষ্ঠানৰ বাবে একেবাৰে পাৰফেক্ট।
ল’ব বিচাৰিলে আমাৰ লগত যোগাযোগ কৰিব। 📞 8135919246

Address

Lahoal
Dibrugarh

Opening Hours

Monday 10am - 7pm
Tuesday 10am - 7pm
Wednesday 10am - 7pm
Thursday 10am - 7pm
Friday 10am - 7pm
Saturday 10am - 7pm

Alerts

Be the first to know and let us send you an email when R Collection posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to R Collection:

Share