Harshajit Handique - Jansai

Harshajit Handique - Jansai Entrepreneur | Fashion Designer | Exporter

24/02/2026

Today is a very special and emotional moment for us.

JANSAI ETHNICS has successfully completed 13 beautiful years of its journey.

On this very day in 2013, our journey began with a small dream and a big vision — to preserve Ahom handloom heritage, promote our traditions, and proudly represent our cultural identity in a modern form.

Over these 13 years, we have faced many challenges, gained invaluable experiences, and created countless memories. Through every phase, your unwavering trust, love, and support have given us the strength to move forward with confidence.

We extend our heartfelt gratitude to our valued customers, dedicated artisans, team members, well-wishers, and everyone who has been a part of this journey.

With the same sincerity, commitment to quality, and responsibility toward preserving our heritage, we promise to continue moving forward — with a strong vision to take Ahom culture to a global platform.

🙏 Your trust has always been our greatest strength
—JANSAI ETHNICS

09/08/2025

আজিৰ পুৱা লেজাই গাঁওখনৰ বাবে এক অপূৰণীয় ক্ষতিৰ খবৰে আমাক গভীৰভাৱে মৰ্মাহত কৰিছে। আমাৰ সকলোৰে প্ৰিয় শিক্ষক, লেজাই উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পথ-প্ৰদৰ্শক শ্ৰী পূৰ্ণানন্দ বৰুৱা ছাৰ আজি আমাৰ মাজৰ পৰা চিৰবিদায় লৈছে।

ছাৰ আছিল এজন শিক্ষকতকৈও বহু বেছি — তেওঁ আছিল প্ৰেৰণাৰ উৎস, জীৱনৰ মূল্যবোধৰ শিক্ষক আৰু স্নেহ-মমতাৰ প্ৰতীক। তেওঁৰ শিক্ষাৰ পোহৰে অসংখ্য শিক্ষাৰ্থীৰ জীৱনক নতুন দিশ দিছে। তেওঁৰ উষ্ণ হাঁহি, কোমল কথা আৰু আন্তৰিক পৰামৰ্শ আমাৰ হৃদয়ত চিৰন্তন হৈ ৰ’ব।

লেজাই গাঁওৰ প্ৰতিটো পথ-প্ৰান্তৰে ছাৰৰ স্নেহৰ ছাপ চিৰপ্ৰবহমান হৈ থাকিব। তেওঁৰ অৱদান আমাৰ স্মৃতিত চিৰজাগৰূপ হৈ ৰ’ব।

🙏 ছাৰৰ পবিত্ৰ আত্মাৰ শান্তিৰ বাবে আমি প্ৰাৰ্থনা কৰিছোঁ। এই শোকৰ সময়ত তেওঁৰ পৰিয়ালৰ প্ৰতিও গভীৰ সমবেদনা জনাইছোঁ৷

📸 Glimpses from Today’s Celebration🧵 11th National Handloom DayOrganized by Jansai Foundation In collaboration with Jans...
07/08/2025

📸 Glimpses from Today’s Celebration

🧵 11th National Handloom Day

Organized by Jansai Foundation
In collaboration with Jansai Ethnics

Today’s celebration was a heartfelt tribute to the hands that weave not only fabric, but the spirit of our culture and community. Through the felicitation of women weavers, handloom exhibition and vibrant cultural performances, we honoured the legacy and resilience of our traditional artisans.

Each moment captured reflects pride, purpose, and the power of tradition carried forward by our rural women.

🙏 Thank you to all the participants, guests, media person and supporters who made this event a meaningful success.

💛 Let us continue to support, celebrate, and uplift the heritage of handloom.

৫ আগষ্ট, ১৬৬৯ — আলাবৈৰ পবিত্ৰ ভূমিত লিখা হৈছিল অসম বুৰঞ্জীৰ এক ৰণগাথা৷আজিৰ এই দিনটোত উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰৰ কাষত অ...
05/08/2025

৫ আগষ্ট, ১৬৬৯ — আলাবৈৰ পবিত্ৰ ভূমিত লিখা হৈছিল অসম বুৰঞ্জীৰ এক ৰণগাথা৷

আজিৰ এই দিনটোত উত্তৰ গুৱাহাটীৰ আলাবৈ পাহাৰৰ কাষত অসমীয়া আৰু মোগল সেনাৰ মাজত সংঘটিত হৈছিল ভয়ংকৰ এক যুদ্ধ — আলাবৈৰ ৰণ।
এই ৰণত একেদিনাই ১০ হাজাৰ অসমীয়াই সাহসেৰে যুদ্ধ কৰি প্ৰাণ আহুতি দিছিল।

তেওঁলোকৰ এই অবিস্মৰণীয় উৎসৰ্গা জাতিৰ গৌৰৱ, আৰু তেওঁলোকৰ ত্যাগেৰে গঢ়ি উঠিছিল আজিৰ অসম।

আজিৰ এই পবিত্ৰ দিনটোত আমি শ্ৰদ্ধাৰে স্মৰণ কৰিছোঁ এই ১০ হাজাৰ সাহসী যোদ্ধাক।

আলাবৈৰ ৰণ — আত্মত্যাগ আৰু অসমীয়াৰ অহংকাৰ।

"জয় জোৱান জয় কিষাণ"স্বাধীনতা সংগ্ৰামী তথা স্বাধীন ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ জন্মদিৱসত ত...
02/10/2024

"জয় জোৱান জয় কিষাণ"
স্বাধীনতা সংগ্ৰামী তথা স্বাধীন ভাৰতৰ দ্বিতীয় গৰাকী প্ৰধানমন্ত্ৰী লাল বাহাদুৰ শাস্ত্ৰীদেৱৰ জন্মদিৱসত তেখেতক শ্ৰদ্ধাৰে সোঁৱৰিছো ৷

আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনাআগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰোতেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখনএৰি দিব লাগিব --- ম...
02/10/2024

আমি যদি প্ৰবল ধুমুহা কঢ়িয়াই অনা
আগন্তুক বিপদৰ পৰা ৰক্ষা পাবলৈ বিচাৰো
তেতিয়া ধুমুহাৰ আগে আগেই আমাৰ নাওখন
এৰি দিব লাগিব --- মহাত্মা গান্ধী

28/07/2024
গোলঘাট "Residential Girl’s Polytechnic" ৰ পৰা পুনৰবাৰ ২ গৰাকী ছাত্ৰী ক্ৰমে শেৱালি সোনোৱাল আৰু নয়নজ্যোতি দেউৰীয়ে আমাৰ ক্ষ...
16/07/2024

গোলঘাট "Residential Girl’s Polytechnic" ৰ পৰা পুনৰবাৰ ২ গৰাকী ছাত্ৰী ক্ৰমে শেৱালি সোনোৱাল আৰু নয়নজ্যোতি দেউৰীয়ে আমাৰ ক্ষুদ্ৰ উদ্যোগ Jansai Ethnics ত ১৫ দিন ইণ্টাৰ্ণছীপৰ বাবে যোগদান কৰি যোৱাকালি সামৰণি পৰে ৷ আমাক এনে এটা সুযোগ প্ৰদান কৰাৰ বাবে Residential Girl’s Polytechnic ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক মই আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

ডিব্ৰুগড় বিশ্ববিদ্যালয় টাই আহোম ছাত্র সমাজে আয়োজন কৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্বৰ্ধনা আৰু মত বিনিম...
04/04/2024

ডিব্ৰুগড় বিশ্ববিদ্যালয় টাই আহোম ছাত্র সমাজে আয়োজন কৰা সদৌ টাই আহোম ছাত্ৰ সন্থাৰ কেন্দ্ৰীয় সমিতিৰ সম্বৰ্ধনা আৰু মত বিনিময় অনুষ্ঠানত, সন্মানীয় সভাপতি Basanta Gogoi ডাঙৰীয়া, উপসভাপতি Chao Manuj Gogoi, যুটিয়া সম্পাদক Achyut Borgohain, সাংগঠনিক সম্পাদক তপন গগৈ সহ আমি উপস্থিত থাকো। উক্ত সভাত ছাত্ৰ সমাজে বিভিন্ন সমস্যাৰ কথা আলোচনা কৰাৰ লগতে জুন/জুলাই মাহত এখন আন্তৰাষ্ট্ৰীয় পৰ্য্যায়ৰ চেমিনাৰ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে ।

টাই আহোম ছাত্র সমাজ

01/01/2024

সকলোলৈকে ইংৰাজী নৱবৰ্ষৰ হিয়াভৰা শুভেচ্ছা জ্ঞাপন কৰিছো লগতে পৰিয়ালৰ সকলোলৈকেও শুভেচ্ছা যাঁচিছো । নৱবৰ্ষৰ প্ৰতিটো ক্ষণ মধুময় হোৱাৰ কামনাৰে...

গোলঘাটস্থিত "Residential Girl’s Polytechnic"ৰ ৭ গৰাকী ছাত্ৰীয়ে মোৰ ক্ষুদ্ৰ উদ্যোগ Jansai Ethnics ত দুসপ্তাহৰ ইণ্টাৰ্ণছীপ...
09/08/2023

গোলঘাটস্থিত "Residential Girl’s Polytechnic"ৰ ৭ গৰাকী ছাত্ৰীয়ে মোৰ ক্ষুদ্ৰ উদ্যোগ Jansai Ethnics ত দুসপ্তাহৰ ইণ্টাৰ্ণছীপৰ বাবে যোগদান কৰিছে ৷ মোক এনে এটা সুযোগ প্ৰদান কৰাৰ বাবে Residential Girl’s Polytechnic ৰ সংশ্লিষ্ট কৰ্তৃপক্ষক মই আন্তৰিক ধন্যবাদ ও কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ ।

Address

Dibrugarh

Telephone

+919101085182

Website

Alerts

Be the first to know and let us send you an email when Harshajit Handique - Jansai posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Harshajit Handique - Jansai:

Share