M/S ALOM CLOTH STORE

M/S ALOM CLOTH STORE Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from M/S ALOM CLOTH STORE, Clothing (Brand), Village, Sutarpara. PS. Matia Dist. Goalpara, Goalpara.

আলম ক্লোথ ষ্টোৰ হৈছে সুতাৰপাৰা বজাৰত , মাটিয়া, গোৱালপাৰাত অৱস্থিত এখন বিশ্বাসযোগ্য কাপোৰৰ দোকান। ইয়াত সকলো ধৰণৰ সাজ পোচাক উপলব্ধ। আহক আমাৰ প্ৰতিষ্ঠানলৈ আৰু ক্ৰয় কৰক আপোনাৰ মন পছন্দৰ কাপোৰ। ধন্যবাদ।

☀️ Good Morning! ☀️हर सुबह एक नया मौका लाती है बेहतर बनने का।आज का दिन आपके लिए तरक्की और मुस्कान लेकर आए।🙏 धन्यवाद – आप...
25/01/2026

☀️ Good Morning! ☀️
हर सुबह एक नया मौका लाती है बेहतर बनने का।
आज का दिन आपके लिए तरक्की और मुस्कान लेकर आए।
🙏 धन्यवाद – आपका भरोसा ही हमारी ताकत है।

24/01/2026
🌞 Good Morning! 🌞नई सुबह के साथनई उम्मीद, नई मेहनत और नई कामयाबी की शुरुआत।आज का दिन आपके लिएबरकत, तरक्की और खुशियाँ लेक...
24/01/2026

🌞 Good Morning! 🌞

नई सुबह के साथ
नई उम्मीद, नई मेहनत और नई कामयाबी की शुरुआत।
आज का दिन आपके लिए
बरकत, तरक्की और खुशियाँ लेकर आए।
आपका दिन शुभ हो ✨
— M/S Alom Cloth Store

22/01/2026

🛍️ ঈদৰ কাপোৰৰ আগতীয়া বিক্ৰী কৰাৰ বাবে কলিকতালৈ 🛍️

ঈদলৈ এতিয়াও প্ৰায় ৩ মাহ সময় বাকী,
কিন্তু ভাল ডিজাইন, নতুন কালেকশন আৰু সঠিক দাম পাবলৈ
এতিয়াই কেনাকাটা আৰম্ভ কৰাটো বুদ্ধিমানৰ কাম।
সেই বাবেই ঈদৰ কাপোৰৰ নতুন কালেকশন ল’বলৈ
কলিকতালৈ আহিছো—
যাতে আপোনালোকক ভাল মানৰ, নতুন ফেশ্যনৰ কাপোৰ
সময়ত আগবঢ়াব পাৰো।
📍 M/S Alom Cloth Store
Sutarpara Bazaar, Goalpara
👉 ভাল কাপোৰ, ভৰসাৰ দোকান

18/01/2026
🎉✨ বিদায় ২০২৫ | স্বাগতম ২০২৬ ✨🎉সন্মুখত মাথো এটা দিন বাকী…পুৰণি বছৰটোক বিদায় দিনতুন আশা, নতুন আনন্দ আৰু নতুন সপোনেৰে২০২...
29/12/2025

🎉✨ বিদায় ২০২৫ | স্বাগতম ২০২৬ ✨🎉

সন্মুখত মাথো এটা দিন বাকী…
পুৰণি বছৰটোক বিদায় দি
নতুন আশা, নতুন আনন্দ আৰু নতুন সপোনেৰে
২০২৬ ক আদৰি লওঁ আহক 🌸

এই বিশেষ মুহূৰ্তত
🛍️ M/S Alom Cloth Store ত নতুন বছৰৰ বিশেষ অফাৰ! 🛍️

🔥 শাৰ্ট | টি-চাৰ্ট | হুডি | পেণ্ট আদিত
💥 বিশেষ ৰেহাত মূল্য
🎁 সীমিত সময়ৰ বাবে New Year Special Offer

নতুন বছৰত নতুন পোছাক, নতুন ষ্টাইল!
আজিয়েই আহক, পছন্দৰ পোছাক লৈ যাওক।

🎊 Happy New Year 2026 in Advance! 🎊

📍 Sutarpara Bazaar, Matia
🛒 M/S Alom Cloth Store

আজি ইং- 28/12/2025 তাৰিখ ৰবিবাৰে দিনৰ 10 বজাত সুতাৰপাৰা আঞ্চলিক বজাৰ কমিটি ৰ নৱ নিৰ্বাচিত সভাপতি আবজল হুছেইন আৰু সম্পাদক...
28/12/2025

আজি ইং- 28/12/2025 তাৰিখ ৰবিবাৰে দিনৰ 10 বজাত সুতাৰপাৰা আঞ্চলিক বজাৰ কমিটি ৰ নৱ নিৰ্বাচিত সভাপতি আবজল হুছেইন আৰু সম্পাদক মোকছেদুল ইছলামৰ লগতে মইয়ো
এজন সক্ৰিয় সদস্য হিচাপে মনোনীত হোৱাত নথৈ আনন্দিত হৈছোঁ।
আশা কৰোঁ অনাগত দিনবোৰ যাতে বজাৰখন উন্নয়ন কৰাৰ স্বাৰ্থত ৰাইজৰ সহযোগিতাৰে কাম কৰি যাম বুলি আমি প্ৰতিজ্ঞা বদ্ধ।

🎄🎅 Happy Christmas Offer! 🎅🎄এই খ্ৰীষ্টমাছত আপোনালোকৰ বাবেবিশেষ অফাৰ M/S Alom Cloth Store ত 🛍️✨ 👕 শাৰ্ট, টি-চাৰ্ট, হুডি, ...
25/12/2025

🎄🎅 Happy Christmas Offer! 🎅🎄
এই খ্ৰীষ্টমাছত আপোনালোকৰ বাবে
বিশেষ অফাৰ M/S Alom Cloth Store ত 🛍️
✨ 👕 শাৰ্ট, টি-চাৰ্ট, হুডি, পেণ্ট আদিত
🔥 বিশেষ ৰেহাই মূল্য
🎁 সীমিত সময়ৰ বাবে খ্ৰীষ্টমাছ স্পেচিয়েল অফাৰ
পৰিয়ালৰ সকলোৰে বাবে পছন্দৰ পোছাক এতিয়াই লৈ যাওক
আনন্দ, ষ্টাইল আৰু সঞ্চয়—এটাতে!
🎄🎁 Merry Christmas & Happy New Year! 🎁🎄
📍 Sutarpara Bazaar, Matia
🛒 M/S Alom Cloth Store

🌞 Good Morning আপোনালোকলৈ! 🌞নতুন দিন, নতুন আশা, নতুন হাঁহি—M/S Alom Cloth Store ৰ পক্ষৰ পৰা সকলো গ্ৰাহকক জানাইছো আন্তৰিক...
05/12/2025

🌞 Good Morning আপোনালোকলৈ! 🌞

নতুন দিন, নতুন আশা, নতুন হাঁহি—
M/S Alom Cloth Store ৰ পক্ষৰ পৰা সকলো গ্ৰাহকক জানাইছো আন্তৰিক শুভেচ্ছা।

আজিও আমাৰ দোকানত
🛍️ নতুন কালেকচন
👕 অফাৰ
👗 ফেছন আইটেম
উপলব্ধ।

আপোনালোকৰ প্ৰেমে আৰু বিশ্বাসে আমাৰ আগবাঢ়া —
আজিও আহক, আপোনাৰ পছন্দৰ সামগ্ৰী বাছি লৈ যাওক।

Have a beautiful day! 🌼
💛 Shop With Love. Wear With Style.

✨ NEW ARRIVAL ALERT! ✨জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” স্পেচেল হুডি & টি-চাৰ্ট এখনলৈ অহা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে Super Styl...
15/11/2025

✨ NEW ARRIVAL ALERT! ✨
জুবিন গাৰ্গৰ “ৰৈ ৰৈ বিনালে” স্পেচেল হুডি & টি-চাৰ্ট এখনলৈ অহা প্ৰেমিক-প্ৰেমিকাসকলৰ বাবে Super Stylish Collection!

🖤 Premium Quality Fabric
🎤 Zubeen Garg Special Edition Design
🔥 Winter–Ready Hudi & Trendy T-shirt
💯 Unisex & All Sizes Available

📍 M/S Alom Cloth Store
Sutarpara Bazaar, Matia, Goalpara – Assam

📲 অর্ডাৰ কৰিবলে ইনবক্স কৰক।
Limited Stock Only… Hurry Up!

🕋 আলহামদুলিল্লাহ, নতুন দিন – নতুন আশা 🌤️প্ৰতিটো দিনেই আল্লাহৰ দিয়া এটা নতুন সুযোগ,নতুনভাবে আৰম্ভ কৰাৰ, নতুন কাষ্টমাৰৰ হৃ...
14/10/2025

🕋 আলহামদুলিল্লাহ, নতুন দিন – নতুন আশা 🌤️

প্ৰতিটো দিনেই আল্লাহৰ দিয়া এটা নতুন সুযোগ,
নতুনভাবে আৰম্ভ কৰাৰ, নতুন কাষ্টমাৰৰ হৃদয় জয় কৰাৰ 💫

M/S Alom Cloth Store —
📍সুতৰপাৰা বজাৰ, মাটিয়া, গোৱালপাৰা
আজিও আপোনাৰ বাবে আছে —
👕 চমকদাৰ ডিজাইনৰ কুৰ্তা, পাঞ্জাৱী, ছাৰ্ট, পেণ্ট আৰু বিভিন্ন ধৰণৰ কাপোৰ 🌈

আহক, আজিৰ দিনটোও একেলগে শুভতাৰে আৰম্ভ কৰো ✨

🕘 দোকান খোলা আছে: ৰাতিপুৱা ৯ বজাৰ পৰা ৰাতি ৯ বজা লৈ।
📞 যোগাযোগ: 8638598505

🌸 আলহামদুলিল্লাহ 🌸নতুন দিন, নতুন আশা, নতুন উদ্যম!প্ৰতিটো দিনেই আমাৰ গ্ৰাহকৰ সেবা আৰু সন্তুষ্টিৰ বাবে —M/S Alom Cloth Sto...
13/10/2025

🌸 আলহামদুলিল্লাহ 🌸
নতুন দিন, নতুন আশা, নতুন উদ্যম!
প্ৰতিটো দিনেই আমাৰ গ্ৰাহকৰ সেবা আৰু সন্তুষ্টিৰ বাবে —
M/S Alom Cloth Store সদায় চেষ্টা কৰে সৰ্বশ্ৰেষ্ঠ কাপোৰ আৰু ডিজাইন আপোনালোকৰ বাবে আগবঢ়াবলৈ 👕👗

আপোনালোকৰ ভালবাসা আৰু বিশ্বাসেই আমাৰ শক্তি 🤝
আজি আহক, আপোনাৰ পছন্দৰ কাপোৰ বাছি লওক — মান, ফেশান আৰু বিশ্বাসৰ একেই ছাতত!
📍 Sutarpara Bazaar, Matia, Goalpara
📞 8638598505

Address

Village, Sutarpara. PS. Matia Dist. Goalpara
Goalpara
783125

Opening Hours

11am - 2pm

Website

Alerts

Be the first to know and let us send you an email when M/S ALOM CLOTH STORE posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share