Rima's Handloom And Tiranga Self Help Group

Rima's Handloom And Tiranga Self Help Group Products

অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে তাঁত শাল ।ই এক বিশেষ যন্ত্ৰ যাৰ সহায়ত কাপোৰ বোৱা হয় ।অসমৰ মহিলাসকলে বিশেষকৈ তাঁত...
15/08/2025

অসমীয়া সংস্কৃতিৰ এক অবিচ্ছেদ্য অংগ হৈছে তাঁত শাল ।ই এক বিশেষ যন্ত্ৰ যাৰ সহায়ত কাপোৰ বোৱা হয় ।অসমৰ মহিলাসকলে বিশেষকৈ তাঁতশালত কাপোৰ বৈ নিজৰ জীৱিকা নিৰ্বাহ কৰিব পাৰে।মোৰ এই "Rima's Handloom"নামৰ ক্ষুদ্যউদ্ৰোগটো দুবছৰ অতিক্ৰম কৰিলে।আজি এই শুভ দিনটোত তাঁতশালৰ দুইজন গুৰুলৈ(জিনতু শৰ্মা আৰু সুভাছ কাকতি ) ছাৰলৈ আন্তৰিক শ্ৰদ্ধা জনালো ।এই উদ্ৰোগতি প্ৰাণ পাই উঠাত সহায় কৰা শ্ৰদ্ধা দিং চিংফা বাইদেউ লৈও আন্তৰিক শ্ৰদ্ধা জ্ঞাপন জনালো ।ভগৱানৰ ওচৰত প্ৰাৰ্থনা জনাইছো দুয়োজন ছাৰ আৰু বাইদেউ সু-স্বাস্থ্য লগতে কৰ্মজীৱনত আগবাঢ়ি য়াওক এই আমাৰ ত্ৰিৰঙ্গা আত্মসহায়ক গোটৰ ফালৰ পৰা কামনা কৰিলো ।

08/06/2025
Celebration on the occassion of Rima's Handloom completion of a year journey....
16/08/2024

Celebration on the occassion of Rima's Handloom completion of a year journey....

Product's of my industry......
02/05/2024

Product's of my industry......

Rima's Handloom And Tiranga Self Help Group's silk worm cultivation..,
01/05/2024

Rima's Handloom And Tiranga Self Help Group's silk worm cultivation..,

Rima's Handloom And Tiranga Self Help Group doesn't only deal with clothes , we also cultivate silk worm..
01/05/2024

Rima's Handloom And Tiranga Self Help Group doesn't only deal with clothes , we also cultivate silk worm..

আজি আমাৰ নাম ঘৰতো সকলোৱে মিলি  এনেকৈয়ে আনন্দৰে পাৰ কৰা হল এক নং পদুমনি নাম ঘৰ
22/01/2024

আজি আমাৰ নাম ঘৰতো সকলোৱে মিলি এনেকৈয়ে আনন্দৰে পাৰ কৰা হল এক নং পদুমনি নাম ঘৰ

কাৰোবাক গামোচা দৰকাৰ হলে আমাৰ হেনলোমত অৰদাৰ কৰিলে  পাব।
15/01/2024

কাৰোবাক গামোচা দৰকাৰ হলে আমাৰ হেনলোমত অৰদাৰ কৰিলে পাব।

Address

Ward No-2 Podumoni, Sarupather
Golaghat
785601

Opening Hours

9am - 5pm

Telephone

+919387775236

Website

Alerts

Be the first to know and let us send you an email when Rima's Handloom And Tiranga Self Help Group posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Rima's Handloom And Tiranga Self Help Group:

Share