08/04/2026
ৰাতিৰ আন্ধাৰ আৰু দিনৰ পোহৰ দুয়োটাই আমাৰ জীৱনৰ অংশ | সুখ দুখ ৰ সমষ্টিৰেই জীৱন সকলোবোৰ নেওচি আগুৱাই যাৱলৈ নেদেখা জনেই একমাত্ৰ ভৰষা । ভগৱানৰ আৰ্শীবাদত ছোৱালীৰ সফলতাৰ কিছু মুহুত্ব ফেচবুকৰ পৃষ্ঠাত সাঁচি ৰাখিলোঁ । অনাগত দিনবোৰত তাই যাতে আৰু আগুৱাই যাৱ পৰে সকলোৱেই আৰ্শীবাদ কৰিব ।
All India Vedanta open national karate championship 2026 Jharsuguda , Odisha
04/04/2026
🏆🎉🏆🏆🎉🏆🏆🎉🏆🧿🧿🧿