Bishakha D Boutique

Bishakha D Boutique We are a group of artisan of ASSAM concentrating in creating fusion of ethnic design with modern graphics. Specialising in EMBROIDERY.

We are known as BISHAKHA D Boutique.

ভোগালী বুলি এযোৰ নতুন কাপোৰ সাজি উলিয়ালো।   জাজৰি কেচাঁ‌ পাতৰ বোৱা যোৰা। উৎসৱ পাৰ্বনত পিন্ধিবলৈ ভাল হ'ব। আটাইকে ভোগালীৰ...
12/01/2026

ভোগালী বুলি এযোৰ নতুন কাপোৰ সাজি উলিয়ালো। জাজৰি কেচাঁ‌ পাতৰ বোৱা যোৰা। উৎসৱ পাৰ্বনত পিন্ধিবলৈ ভাল হ'ব। আটাইকে ভোগালীৰ হিয়াভৰা ওলগ জনালোঁ 🙏🙏

31/12/2025
WIP.... মেখেলাৰ Motif লৈ চাদৰত Embroidery কৰি আছো...
31/12/2025

WIP.... মেখেলাৰ Motif লৈ চাদৰত Embroidery কৰি আছো...

27/12/2025

মাঘ বিহু বিশেষ::

ডাঠ কুঁৱলী ফালি
আহিছে ভোগালী
সোণোৱালী ফচলেৰে
ভৰিছে ভৰাল।
শুকুলা কুৱলি ফালি
সূৰুযৰ কোমল ৰ'দালি
সাগৰ নীলা মেখেলা চাদৰৰে
লাগিছে শোভন।

26/12/2025

Address

M. C. Road
Guwahati
781003

Opening Hours

Monday 10am - 8pm
Tuesday 10am - 8pm
Wednesday 10am - 8pm
Thursday 10am - 8pm
Friday 10am - 8pm
Saturday 10am - 8pm

Telephone

9401081280

Alerts

Be the first to know and let us send you an email when Bishakha D Boutique posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Bishakha D Boutique:

Share