Ruma's Creation

Ruma's Creation Contact information, map and directions, contact form, opening hours, services, ratings, photos, videos and announcements from Ruma's Creation, Clothing (Brand), Jorhat.

বহুত বহুত ধন্যবাদ Nasrin পুনৰ বাৰ মোক বিশ্বাস কৰি অৰ্ডাৰ কৰাৰ বাবে।।ভাল লাগে কোনোবাই এই সৰু সৰু কামবোৰ ভাল পাই।।তেওঁলোকৰ...
03/10/2023

বহুত বহুত ধন্যবাদ Nasrin পুনৰ বাৰ মোক বিশ্বাস কৰি অৰ্ডাৰ কৰাৰ বাবে।।ভাল লাগে কোনোবাই এই সৰু সৰু কামবোৰ ভাল পাই।।তেওঁলোকৰ প্ৰতিটো ভাললগা দিনবোৰ বিশেষ কৰিবলৈ দায়িত্ব দিয়ে।।ইমান বোৰ মৰম বিশ্বাস দিয়াৰ বাবে ধন্যবাদ।।🌻

আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব পছন্দ অনুযায়ী উপহাৰ সমূহ মোৰ পেজটিৰ দ্বাৰা।।আপোনালোকৰ এই সৰু বৰ সহায়ৰ দ্বাৰা মই বহুত উপকৃত হওঁ।।এনেদৰে সঁহাৰি আৰু আশীৰ্বাদ দি যাব।।❤️🙏

আপোনালোকৰ পছন্দ অনুসৰি মোৰ পেজটিৰ দ্বাৰা অৰ্ডাৰ সমূহ দিব পাৰিব।।লগতে হাৰ্বেল চাবোন প্ৰয়োজন হ'লে অৰ্ডাৰ কৰিব পাৰিব।।আপোনা...
30/09/2023

আপোনালোকৰ পছন্দ অনুসৰি মোৰ পেজটিৰ দ্বাৰা অৰ্ডাৰ সমূহ দিব পাৰিব।।লগতে হাৰ্বেল চাবোন প্ৰয়োজন হ'লে অৰ্ডাৰ কৰিব পাৰিব।।আপোনালোকৰ মৰম আৰু আশীৰ্বাদৰ বাবে বহুত বহুত ধন্যবাদ।।আগলৈও এনেদৰে আশীৰ্বাদ কৰিব।।🌻🤝

বহুত বহুত ধন্যবাদ অৰ্ডাৰ দিয়াৰ বাবে Karabi ......❤️✨আপোনালোকেও প্ৰয়োজন অনুযায়ী অৰ্ডাৰ কৰিব পাৰিব।।🌻
26/08/2023

বহুত বহুত ধন্যবাদ অৰ্ডাৰ দিয়াৰ বাবে Karabi ......❤️✨
আপোনালোকেও প্ৰয়োজন অনুযায়ী অৰ্ডাৰ কৰিব পাৰিব।।🌻

★উপহাৰ সমূহ সঠিক ঠাইলৈ মৰম হিচাপে গৈ আছে।।জন্মদিনৰ বাবে এই উপহাৰটি অৰ্ডাৰ কৰিছিল।।বহুত বহুত ধন্যবাদ এই সুবিধা দিয়াৰ বাবে...
22/05/2023

★উপহাৰ সমূহ সঠিক ঠাইলৈ মৰম হিচাপে গৈ আছে।।জন্মদিনৰ বাবে এই উপহাৰটি অৰ্ডাৰ কৰিছিল।।বহুত বহুত ধন্যবাদ এই সুবিধা দিয়াৰ বাবে।।প্ৰিয়জনীৰ পৰা যিবোৰ মৰম গৈছে প্রিয়জনলৈ সেইয়া সদায় যেন এনেদৰেই থাকক।।❤️🤝

★প্ৰয়োজন অনুযায়ী আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব 9127172443 নম্বৰত।।🌻

◆প্ৰেমৰ সম্পৰ্কটিৰ এটি বছৰ সম্পূৰ্ণ হৈছে।।সেয়ে দিনটো বিশেষ কৰি তুলিবলৈ প্ৰেমিকাই এই উপহাৰটি অৰ্ডাৰ কৰিছিল।।উপহাৰ হিচাপে ...
11/05/2023

◆প্ৰেমৰ সম্পৰ্কটিৰ এটি বছৰ সম্পূৰ্ণ হৈছে।।সেয়ে দিনটো বিশেষ কৰি তুলিবলৈ প্ৰেমিকাই এই উপহাৰটি অৰ্ডাৰ কৰিছিল।।উপহাৰ হিচাপে কিতাপ দিয়া বা পোৱা কথাই সুকীয়া।।ভালে থাকক সম্পৰ্কটি বিশ্বাস,মৰম,সন্মান,ভালপোৱা সদায় বৰ্তি থাকক।।❤️🤝
~আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব প্ৰয়োজন অনুযায়ী।।🌻💙

★সম্পৰ্ক এটি মৰম,বিশ্বাস,সাহসৰ মাজত সুন্দৰকৈ চলি থাকে।।সেই সকলোৰে মাজত কেতিয়াবা অলপ সুকীয়া অনুভৱ কৰাবলৈ উপহাৰৰ আদান-প্ৰদ...
08/05/2023

★সম্পৰ্ক এটি মৰম,বিশ্বাস,সাহসৰ মাজত সুন্দৰকৈ চলি থাকে।।সেই সকলোৰে মাজত কেতিয়াবা অলপ সুকীয়া অনুভৱ কৰাবলৈ উপহাৰৰ আদান-প্ৰদান হয়।।ঠিক সেইদৰেই এই উপহাৰটি মৰমৰ ঠিকনা বিচাৰি গৈ আছে প্ৰিয়জনীৰ পৰা প্ৰিয়জনলৈ।।ভালে থাকক দুয়োৰে মৰম আব্দাৰ সমূহ।।🤝❤️

★প্ৰয়োজন অনুযায়ী আপোনালোকেও অৰ্ডাৰ কৰিব পাৰিব।।❤️

সৰু সৰুকৈ মৰমৰ উপহাৰ ভিন্ন ঠাইলৈ গৈ আছে।।বৰ বিশেষ অৰ্ডাৰ নাহে তথাপিও দুই এটা কামতে সুখী মই।।বহুত বহুত ধন্যবাদ মোৰ এই সৰু...
12/04/2023

সৰু সৰুকৈ মৰমৰ উপহাৰ ভিন্ন ঠাইলৈ গৈ আছে।।বৰ বিশেষ অৰ্ডাৰ নাহে তথাপিও দুই এটা কামতে সুখী মই।।বহুত বহুত ধন্যবাদ মোৰ এই সৰু ব্যৱসায়ক আপোনালোকে ইমান মৰম আশীৰ্বাদ দিছে।।আগলৈও এনেকৈ আশীৰ্বাদ দি যাব।।🤝❤️

★বিশেষ দিনৰ দায়িত্ব  Ruma's creation ক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ Karabi..❤️❤️শুভেচ্ছা হিচাপে যি বাৰ্তা গৈছে সেই বাৰ্ত...
06/04/2023

★বিশেষ দিনৰ দায়িত্ব Ruma's creation ক দিয়াৰ বাবে বহুত বহুত ধন্যবাদ Karabi..❤️❤️শুভেচ্ছা হিচাপে যি বাৰ্তা গৈছে সেই বাৰ্তা সদায় যেন এনেদৰেই থাকক।।❤️🤝
★আপোনালোকে প্ৰয়োজন হ'লে অৰ্ডাৰ কৰিব পাৰিব।।🤝

প্ৰয়োজন হ'লে যোগাযোগ কৰিব।।ঘৰুৱা সামগ্রীৰে প্ৰস্তুত কৰা হৈছে আপোনাৰ ছাল সুন্দৰ কৰি ৰাখিবলৈ।।পছন্দ অনুযায়ী নিজৰ ছালৰ সৈতে...
04/04/2023

প্ৰয়োজন হ'লে যোগাযোগ কৰিব।।ঘৰুৱা সামগ্রীৰে প্ৰস্তুত কৰা হৈছে আপোনাৰ ছাল সুন্দৰ কৰি ৰাখিবলৈ।।পছন্দ অনুযায়ী নিজৰ ছালৰ সৈতে খাপ খুৱাই যিকোনো অৰ্ডাৰ কৰিব পাৰিব।।বৰ্তমান মাহ-হালধী,নিম,মচুৰ-দাইল আৰু বেচন,মৌ-গাখীৰ,আলু,নেমু,ছালকুঁৱৰী,চাউলৰ গুৰি,বিলাহী, উপলব্ধ আছে।।

ইচ্ছুক সকলে কিনিবলৈ নাইবা শিকিবলৈ হ'লেও 9127172443 নম্বৰত যোগাযোগ কৰিব পাৰিব।।❤️🤝

◆ প্ৰিয়জনীৰ পৰা প্রিয়জনলৈ💙        নতুন ঠিকনা বিচাৰি মৰম হিচাপে এই উপহাৰ গৈ আছে।।লগতে চিঠিৰ ভাঁজত সাহস,প্ৰতিশ্ৰুতিৰ বহুত ...
30/03/2023

◆ প্ৰিয়জনীৰ পৰা প্রিয়জনলৈ💙

নতুন ঠিকনা বিচাৰি মৰম হিচাপে এই উপহাৰ গৈ আছে।।লগতে চিঠিৰ ভাঁজত সাহস,প্ৰতিশ্ৰুতিৰ বহুত কাহিনী লুকাই আছে।।ভালে থাকক তেওঁলোকৰ এই মৰমৰ বান্ধোন।।য'ত ইমান বিশ্বাস মৰমে স্থান পাইছে।।এজনে আনজনৰ সাহস হিচাপে থিয় দিছে।।❤️🤝

◆আপোনালোকেও এনেকুৱা ফেব্ৰিক কৰা kurta প্ৰয়োজন হ'লে 9127172443 নম্বৰত অৰ্ডাৰ কৰিব পাৰিব।।❤️🤝

★জন্মদিনৰ শুভেচ্ছা সৰু সৰুকৈ মৰমৰ উপহাৰ হিচাপে গৈ আছে।।ধন্যবাদ দিছো এই সুবিধা Ruma's creation ক দিয়াৰ বাবে।।জন্মদিনৰ শুভ...
27/03/2023

★জন্মদিনৰ শুভেচ্ছা সৰু সৰুকৈ মৰমৰ উপহাৰ হিচাপে গৈ আছে।।ধন্যবাদ দিছো এই সুবিধা Ruma's creation ক দিয়াৰ বাবে।।জন্মদিনৰ শুভেচ্ছাৰ লগত সাহস দিয়াৰ যি চেষ্টা কৰিছে প্ৰিয়জনীয়ে এইয়া খুবেই ভাললগা কথা।।ভালে থাকক তেওঁলোক সদায় এজনে আনজনৰ সাহস হৈ থাকক।।

★প্ৰয়োজন হ'লে অৰ্ডাৰ কৰিব পাৰিব।।❤️🤝

Address

Jorhat

Website

Alerts

Be the first to know and let us send you an email when Ruma's Creation posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share