10/03/2026
যেনেকৈ কিছুমান অলগদ্ধ আৰু নিজকে বৰ এটা বুজাই আই বোপাইৰ সাচতিয়া ঘটি লুতা, কাঁহী বাতি বিক্ৰী কৰি খাই জীয়াই থাকে _____?
ঠিক তেনেকৈয়ে এই মন্ত্ৰী বোৰেও অসমৰ সম্পদ বিক্ৰী কৰি অসমৰ ৰাইজক টকাৰ লোভ দি অসমৰ জনতাৰ ভবিষ্যত বিপথে পৰিচালিত কৰি নিজকে বৰ এটা বুজাই আছে_____মূৰ্খৰ চৰকাৰ