20/08/2026
তাঁতৰ পৰা Fashionলৈ ❤️ | হাতে বোৱা Cotton Fabric-ৰ নতুন ৰূপ।
এগৰাকী অসমীয়া তাঁতশিল্পীৰ হাতে বোৱা Cotton Check Fabric-ক Irazup Clothing-ৰ ডিজাইনে দিছে এক নতুন আধুনিক ৰূপ।
একে কাপোৰৰ পৰা পুৰুষ আৰু মহিলাৰ বাবে তৈয়াৰ কৰা হৈছে stylish, comfortable আৰু fashionable outfits।
আমাৰ থলুৱা তাঁতশিল্পীসকলৰ পৰিশ্ৰম আৰু সৃষ্টিশীলতাক আগুৱাই নিয়াৰ এই সৰু প্ৰচেষ্টাৰ অংশ হওক। ❤️
Handloom • Cotton • Assam • Fashion • Handmade with Pride
আপোনাৰ কেনে লাগিল এই নতুন ৰূপটো? Comment কৰি জনাব। 👇