Krishi Family

Krishi Family Agriculture

18/03/2026

অহা ৩ ঘণ্টাৰ ভিতৰত বিশ্বনাথ, গোলাঘাট, যোৰহাট, নগাঁও আৰু শোণিতপুৰ জিলাৰ কিছু কিছু ঠাইত বজ্ৰপাতৰ লগতে প্ৰতি ঘণ্টাত ৩০ৰ পৰা ৪০ কিলোমিটাৰ বেগত ধুমুহা বতাহ আৰু পাতলীয়াৰ পৰা জৰুৰী বৰষুণ হোৱাৰ সম্ভাৱনা আছে।

13/03/2026

*বতৰৰ সতৰ্কবাণী (IMD গুৱাহাটী)
​ঘটনাৰ বিৱৰণ: বজ্ৰপাতৰ সৈতে ধুমুহা।*
​প্ৰৱলতা (Severity): WATCH (নজৰত ৰাখক)।
​নিশ্চয়তা: অতি সম্ভাৱনা আছে।
​সময়সীমা: ১৩ মাৰ্চ ২০২৬, বিয়লি ৪:৪১ বজাৰ পৰা সন্ধিয়া ৭:৪১ বজালৈকে বৈধ।
​অহা ৩ ঘণ্টাৰ ভিতৰত চৰাইদেউ, *মৰিগাঁও, নগাঁও* , শিৱসাগৰ আৰু পশ্চিম কাৰ্বি আংলঙৰ কেইখনমান ঠাইত বজ্ৰপাতৰ সৈতে ধুমুহা আৰু এচাম বা দুচাম পাতলীয়াৰ পৰা মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা আছে।
​সাৱধানতা: অহা কেইঘণ্টামানৰ বাবে সতৰ্ক থকাটো ভাল। বাহিৰলৈ ওলাই যোৱাৰ পৰা বিৰত থাকক আৰু বিজুলী-ঢেৰেকণিৰ সময়ত গছৰ তলত আশ্ৰয় নল’ব।

10/03/2026

06/03/2026

ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি নগাওঁ জিলাত অহা ৫ দিনত, ০৯ মার্চৰ পৰা আকাশ কিছু ডাৱৰীয়া হৈ থকাৰ লগতে দুই-এঠাইত বিজুলী ঢেৰেকণিৰে পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে । অহা ৫ দিনত হবলগীয়া সম্ভাৱ্য বৰষুণৰ পৰিমাণ হ’ল ক্রমে ০, ০, ০, ১.৩ আৰু ৩.৮ মিলিমিটাৰ । অহা ৫ দিনত সৰ্বোচ্চ তাপমাত্ৰা ৩০-৩৩°চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১৭-১৮°চেলচিয়াছৰ ওচৰে পাজৰে থাকিব। প্ৰভাতকালীন আর্দ্ৰতা ৬৮-৮১% আৰু সন্ধ্যাকালীন আর্দ্ৰতা ৫৬-৭৫% হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰধানকৈ দক্ষিণ দিশৰ পৰা প্ৰতি ঘণ্টাত ৪-৭ কিলোমিটাৰ বেগেৰে ব’ব l

26/02/2026



18/02/2026

ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, নগাঁও জিলাত ১৮ ৰ পৰা ২২ ফেব্রুৱাৰীলৈ আকাশ ফৰকাল, বতৰ শুকান আৰু পাতলীয়া কুৱলীৰ সম্ভাৱনা আছে। অহা ৫ দিনত সৰ্বোচ্চ তাপমাত্ৰা ২৯-৩১°চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১৫-১৬°চেলচিয়াছৰ ওচৰে পাজৰে থাকিব। প্ৰভাতকালীন আর্দ্ৰতা ৬০-৬৫% আৰু সন্ধ্যাকালীন আর্দ্ৰতা ৪৭-৫১% হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰধানকৈ দক্ষিণ দিশৰ পৰা প্ৰতি ঘণ্টাত ৩-৫ কিলোমিটাৰ বেগেৰে ব’ব l

17/02/2026

30/01/2026

ভাৰত বতৰ বিজ্ঞান বিভাগৰ তথ্য অনুসৰি, নগাঁও জিলাত ৩১ জানুৱাৰীৰ পৰা ০৪ ফেব্রুৱাৰীলৈ আকাশ কিছু ডাৱৰীয়া, বতৰ শুকান আৰু পাতলীয়া কুৱলীৰ সম্ভাৱনা আছে। অহা ৫ দিনত সৰ্বোচ্চ তাপমাত্ৰা ২৭-২৮°চেলচিয়াছ আৰু সৰ্বনিম্ন তাপমাত্ৰা ১৩-১৪°চেলচিয়াছৰ ওচৰে পাজৰে থাকিব। প্ৰভাতকালীন আর্দ্ৰতা ৭৯-৮৫% আৰু সন্ধ্যাকালীন আর্দ্ৰতা ৫৯-৬৩% হোৱাৰ সম্ভাৱনা আছে। বতাহ প্ৰধানকৈ দক্ষিণ দিশৰ পৰা প্ৰতি ঘণ্টাত ২.৯-৪.৯ কিলোমিটাৰ বেগেৰে ব’ব l

25/01/2026

#

Address

Kanuamari
Nagaon
KANUAMARI

Telephone

+919101280074

Website

Alerts

Be the first to know and let us send you an email when Krishi Family posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Contact The Business

Send a message to Krishi Family:

Share