04/08/2026
বানাক্ৰান্তৰ সহায়ৰ বাবে দিখৌ নৈ ত ফেৰী সেৱা।।
বানৰ তাণ্ডৱৰ পাছত এতিয়া ৰাইজৰ কাষত থিয় দিছে প্ৰশাসন। বানাক্ৰান্ত লোকসকলক খাদ্য সামগ্ৰী, জৰুৰী ঔষধ আৰু সাহায্য সামগ্ৰী প্ৰদান কৰাৰ উদ্দেশ্যে দখৌ নৈৰ বুকুত প্ৰথমবাৰৰ বাবে ফেৰী সেৱা আৰম্ভ কৰা হৈছে।