চিলাৰায় মইনা পাৰিজাত, দ-গাতি

চিলাৰায় মইনা পাৰিজাত, দ-গাতি কণ কণ মইনা সকলৰ একমাত্ৰ সুবৃহৎ স্বেচ্ছাসেৱী শিশু অনুষ্ঠান " চিলাৰায় মইনা পাৰিজাত " ।

যোৱা ৮ নৱেম্বৰ পৰা ১২ নবেম্বৰলৈ মধ্যপ্রদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্কুল গেমচত লক্ষীমপুৰ জিলাৰ Taekwondo & Sports Assoc...
18/11/2024

যোৱা ৮ নৱেম্বৰ পৰা ১২ নবেম্বৰলৈ মধ্যপ্রদেশত অনুষ্ঠিত হোৱা ৰাষ্ট্ৰীয় স্কুল গেমচত লক্ষীমপুৰ জিলাৰ Taekwondo & Sports Association (IT) ৰ অন্তৰ্গত আজাদ Taekwondo একাডেমী ছাত্ৰ ,দ গাতি গাঁৱৰ চিলাৰায় মইনা পাৰিজাতৰ মইনা ৰূপজ্যোতি বৰাই ১৪ বছৰ অনুৰ্ধৰ ২১ কেজি শাখাত সোণৰ পদক লাভ কৰি জিলাখনৰ লগতে সমগ্ৰ অসমলৈ গৌৰৱ কঢ়িয়াই আনিছে , সেই সেতু দ-গাতি চিলাৰায় মইনা পাৰিজাতৰ সন্মানীয় সভাপতি, সম্পাদক আৰু সমুহ কৰ্মকৰ্তা তেওঁৰ ঘৰত উপস্হিত হৈ তেওঁক সন্মান জনোৱা হয় ।

Address

দ-গাতি, আজাদ , উত্তৰ লখিমপুৰ , ‌অসম
North Lakhimpur
787031

Website

Alerts

Be the first to know and let us send you an email when চিলাৰায় মইনা পাৰিজাত, দ-গাতি posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Shortcuts

Share