M/S Modern Handloom Common Facilitation centre

M/S Modern Handloom Common Facilitation centre M/S Modern Handloom Common Facilitation centre

10/09/2025

05/09/2025

Send a message to learn more

ইচ্ছুক সকলে যোগাযোগ কৰিব।M/S Modern Handloom Common Facilitation centre
27/04/2025

ইচ্ছুক সকলে যোগাযোগ কৰিব।
M/S Modern Handloom Common Facilitation centre

ইচ্ছুক ব্যক্তি সকলে অতি সোনকালেই আমাক যোগাযোগ কৰক ৯৩৬৫০০৯২৪১/৬০০৩৭৮৬৬৫২নম্বৰত
নতুবা আমাক মেচেজ কৰিব পাৰে।

পিয়ৰ টচৰ‌ মেখেলা চাদৰ লাগিলে জনাব দেই।
09/04/2025

পিয়ৰ টচৰ‌ মেখেলা চাদৰ লাগিলে জনাব দেই।

নুনি কটন
20/03/2025

নুনি কটন

আজি আমি M/S MODERN HANDLOOM য়ে চৰাইদেউ জিলাৰ উপায়ুক্তৰ  কাৰ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্...
26/02/2025

আজি আমি M/S MODERN HANDLOOM য়ে চৰাইদেউ জিলাৰ উপায়ুক্তৰ কাৰ্যালয়ত উত্তৰ পূৰ্বাঞ্চলৰ সৰ্ববৃহৎ হস্ততাঁত বস্ত্ৰ শিল্পৰ প্ৰতিষ্ঠান এম এছ মডাৰ্ণ হেণ্ডলোম কমন ফেচিলেচন চেন্টাৰহৈ Advantage Of Assam 2.0 ৰ অংশীদাৰ হ‌ওঁ । পোনপ্ৰথমে আমাক এই সুবিধাকন দিয়াৰ বাবে অসম চৰকাৰ আৰু ভাৰত চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিছোঁ । ইমান ধুনীয়া এটা পদক্ষেপ লোৱাৰ বাবে পুনৰ বাৰ ধন্যবাদ জনাইছো দেশৰ সন্মানীয় প্ৰধানমন্ত্ৰী ডাঙৰীয়াক। ধন্যবাদ জনাইছো সন্মানীয় মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক অসমক এখন বিনিয়োগৰ এক উৎকৃষ্ট ৰাজ্য হিচাপে গঢ়ি তুলিবলৈ প্ৰচেষ্টা হাতত লোৱাৰ বাবে।

Address

Sapekhati
Sibsagar
785692

Opening Hours

Monday 9am - 5pm
Tuesday 9am - 5pm
Wednesday 9am - 5pm
Thursday 9am - 5pm
Friday 9am - 5pm
Saturday 9am - 5pm

Alerts

Be the first to know and let us send you an email when M/S Modern Handloom Common Facilitation centre posts news and promotions. Your email address will not be used for any other purpose, and you can unsubscribe at any time.

Share