17/03/2025
#সাংগঠনিক_সভা....
আজি ভাৰতীয় জনতা পাৰ্টিৰ শিৱসাগৰ জিলাৰ ডিমৌ সমষ্টিৰ অন্তৰ্গত বকতা-লাকুৱা মণ্ডলৰ এক গুৰুত্বপূৰ্ণ সাংগঠনিক সভা অনুষ্ঠিত হয়।
মণ্ডল সমিতিৰ সন্মানীয় সভাপতি বুদ্ধ ফুকন ডাঙৰীয়াৰ সভাপতিত্বত অনুষ্ঠিত হোৱা সভাখনত নৱ নিযুক্ত মণ্ডলৰ সন্মানীয় প্ৰভাৰী প্ৰদীপ গগৈ ডাঙৰীয়া, মণ্ডলৰ সন্মানীয় সহ প্রভাৰী গৌতম গগৈ ডাঙৰীয়াৰ লগতে মৰ্চা সমূহৰ জিলা সমিতিত মণ্ডলৰ পৰা প্ৰতিনিধিত্ব কৰা বিষয়ববীয়াসকল, মণ্ডল সমিতিৰ বিষয়ববীয়া সকল, মণ্ডলৰ অন্তৰ্ভুক্ত বুথ সভাপতি সকল আৰু মণ্ডল মৰ্চাৰ সভাপতিসকলৰ লগতে বিভিন্ন দায়িত্বত থকা বিষয়ববীয়া সকলৰ সৈতে উপস্থিত থাকো।
Sushanta Borgohain
Budha Phukan